Boroline

gd pharma logo
Search
Close this search box.
Boroline - Best antiseptic ayurvedic cream company - company image
Boroline - Best antiseptic ayurvedic cream company - company image

সুথল

লিকুইড, স্প্রে, জেল

সুথল নিম, চন্দন বা এলো ভেৰা, গা ধুই উঠি প্রতি দিনে ব্যৱহাৰ কৰক, লাগিলে ঘাম, খজুৱতিৰে ভৰা গ্রীষ্মই হওক বা বাৰিষাৰ দিন।

সুথলে ঘাম-মলি জমা হৈ লোমকূপ বন্ধ হ’বলৈ নিদিয়ে, ছালখন কৰি ৰাখে বীজাণুমুক্ত আৰু সতেজ।

গ্রীষ্ম আৰু বাৰিষাত ছালৰ চিট্‌চিটনি বন্ধ কৰক, সুথল বিন্দাচ হৈ ৰওক।

খজুৱতি, ৰেশ্ৱ, ঘামচি, গাৰ দুৰ্গন্ধ বা ছালৰ ইনফেকশ্যনৰ দিন আৰু গ’ল।

5/5

Our Customer Reviews

Kim
Kim
Read More
This is so good. Was recommended by a friend long ago, I got one bottle and it worked well. Read More
Flipkart Customer
Flipkart Customer
Read More
Thank you flipkart, for your quick delivery. The delivery man was a perfect gentle man . Read More
Aparna Sharma
Aparna Sharma
Read More
I a must during summer and rainy season as it help to prevent itching and excess presperation.
	farzin kateli
farzin kateli
Read More
I am a Exema and 3rd stage Cancer patient using Suthol spray the Antiseptic liquid Read More
Iona White
Iona White
Read More
Top of the market👍 I"m using Suthol spray and liquid for the past 3-years and very satisfied.
	Megha Sharma
Megha Sharma
Read More
It really relieves the itchy and irritating skin . Read More
Atul Saboo
Atul Saboo
Read More
Supply received from latest manufacturing batch!! and BONUS !! The packing mentioned Free Suthol Gel . Read More
Prachi Gupta
Prachi Gupta
Read More
a must buy in summer...one of the best products for skin issues
	Nirav Bhavsar
Nirav Bhavsar
Read More
I m very mu h appreciated by this product it suitable for killing germs b'coz works Read More
	Nirav Bhavsar
Nirav Bhavsar
Read More
I m very mu h appreciated by this product it suitable for killing germs b'coz works Read More
Previous
Next

সুথল লিকুইডৰ ব্যৱহাৰ

সুথলৰ 8 টা গুৰুত্ৱপূৰ্ণ ব্যৱহাৰ যি সহায় কৰিব বিন্দাচ হৈ ৰোৱাত

Suthol liquid and Suthol spray uses during summer, keeps you covered from the many skin problems that arise due to the  heat and sweat.

suthol antiseptic liquid skin rashes

1) সুথল লিকুইডে গৰমত ঘামচি আৰু ৰেশ্ৱৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে আৰু ছালখন নিৰাময় কৰি তোলে।

ঘামচি আৰু ৰেশ্ৱ ক’ত ক’ত হয় ?

শৰীৰৰ যিকোনো অংশতেই ঘামচি আৰু ৰেশ্ৱ হ’ব পাৰে। কিন্তু বেছিকৈ দেখা দিব পৰা অংশসমূহ হ’ল –

2) সুথল ঘঁহা ছালৰ পৰা গাৰ দুৰ্গন্ধ থাকে বহু দূৰত

গাৰ দুৰ্গন্ধৰ বাবে দায়ী হ’ল ঘাম। দুৰ্গন্ধ সৃষ্টিকাৰী বিভিন্ন বীজাণুৱে ঘামৰ লগলাগি দুৰ্গন্ধ সৃষ্টি কৰে।

suthol antiseptic liquid removes body odor
suthol antiseptic liquid removes body odor

2) সুথল ঘঁহা ছালৰ পৰা গাৰ দুৰ্গন্ধ থাকে বহু দূৰত

গাৰ দুৰ্গন্ধৰ বাবে দায়ী হ’ল ঘাম। দুৰ্গন্ধ সৃষ্টিকাৰী বিভিন্ন বীজাণুৱে ঘামৰ লগলাগি দুৰ্গন্ধ সৃষ্টি কৰে।

3) সুথলৰ সহায়ত খজুৱতিৰ প্ৰকোপৰ পৰা মুক্তি লাভ কৰক।

suthol antiseptic liquid protects from skin rashes

খজুৱতি অতি বিৰক্তিকৰ। ই অস্ৱস্তিৰ সৃষ্টি কৰে আৰু মনলৈও অশান্তি লৈ আহে।

খজুৱতি কেনেকৈ বন্ধ কৰিব ?

সাধাৰণতে ঘামৰ ফলতেই খজুৱতি হয়। যিবোৰ ঠাইত ঘাম জমা হয় যেনে ছালৰ ভাঁজত, কলাৰৰ তলত, বেল্টৰ তলত, লিপিত খোৱাই পিন্ধা কাপোৰে ঢাকি ৰখা অংশত, মহে কামোৰে ঠাই আদিত খজুৱতি হ’ব ধৰে। সকলো ধৰণৰ খজুৱতিৰ পৰা নিমিষতে সকাহ পাবলৈ সুথল ব্যৱহাৰ কৰক।

4) শীতলতাদায়ক আফ্টাৰ শ্ৱেভ লোশ্যন ৰূপে নিতৌ সুথল ব্যৱহাৰ কৰক

ক) দাঢ়ি কটাৰ পিছত লগে লগে লগালে সুথলে ছাললৈ আৰ্দ্ৰতা লৈ আহে।

খ) সুথলে সংক্ৰমণৰ ক্ষতিশঙ্কা ৰোধ কৰে, কাৰণ ই হ’ল এন্টিচেপ্টিক। ৱ্লেডৰ ফলত হ’ব পৰা সৰু-সুৰা কটা-ছিঙা আদিৰো যত্ন লয় সুথলে।

গ) দাঢ়ি কটাৰ পিছত ছালৰ পোৰণি সুথলে ততালিকে কম কৰি তোলে।

suthol antiseptic liquid protects aftershave

5) বাৰিষাকালত ভৰিৰ সংক্ৰমণ ৰোধ কৰিবলৈ সুথল ব্যৱহাৰ কৰক।

বাৰিষাৰ সংক্ৰমণ ৰোধিবলৈ 5 টা সহজ উপায় –

  • ঘৰলৈ ঘূৰি আহি লগে লগে তিতা কাপোৰ সলাই পেলাব।
  • ভৰিৰ সংক্ৰমণ ঘটাত বাধা দিবলৈ, সুথল মিহলোৱা পানীৰে হাত-ভৰি আদি ভালদৰে ধুব।

6) ৱেক্সিং বা থ্ৰেডিং কৰাৰ পিছত, ছালৰ পোৰণি কম কৰিবলৈ সুথল নিম জেল বা সুথল এলোভেৰা লগাব, লগে লগে আৰাম পাব।।

7) সাধাৰণ কটা-ছিঙা, ঘা আদিত সুথল ব্যৱহাৰ কৰিব। সুথলে তেজ ওলোৱা বন্ধ কৰে আৰু ঘা শুকোৱাত সহায় কৰে।

8) সৰু-সুৰা জ্ৱলা-পোৰা আদিত সুথল নিম জেল লগাব, ই জ্ৱলা-পোৰাৰ অনুভৱ কম কৰে আৰু নিৰাময় কৰি তোলে।

কোনটো প্ৰকাৰৰ সুথল আপুনি ব্যৱহাৰ কৰিব ?

সুথল তিনিটা প্ৰকাৰত উপলৱ্ধ – নিম, চন্দন আৰু এলো ভেৰা।

সংবেদনশীল ছাল বা শিশুৰ বাবে – চুথল এলো ভেৰা বা চুথল নিম জেল ব্যৱহাৰ কৰিব।

বজাৰত সুথল তিনি ধৰণৰ পেকত পোৱা যায় – লিকুইড বটল (100 আৰু 200 মিলি), স্প্ৰে বটল (100 মিলি) আৰু নিম জেল (100 মিলি)

সুথল কেনেকৈ ব্যৱহাৰ কৰিব ? ক’ত ক’ত ব্যৱহাৰ কৰা উচিত নহয় ?

লিকুইড বটলৰ পৰা কেনেকৈ ব্যৱহাৰ কৰিব চাওক –

  • সুথল লিকুইড বাল্টিৰ বা মগৰ পানীত ভালদৰে মিহলাই লব, গা ধোৱাৰ পিছত গোটেই গাতে পৰাকৈ ঢালিব।
  • অকণমান কপাহত ইয়াক তিয়াই লৈ গাত লগাব।

কেতিয়া আৰু ক’ত সুথল ব্যৱহাৰ কৰা উচিত নহয় ?

  • সংবেদনশীল ছালৰ বাবে, বাৰম্ৱাৰ সুথল ব্যৱহাৰ কৰাৰ প্ৰয়োজন পৰা ৰেশ্ৱৰ বাবে বা শিশুহঁতৰ বাবে সুথল এলো ভেৰা বা সুথল নিম জেল ব্যৱহাৰ কৰিব।

কেতিয়া আৰু ক’ত সুথল ব্যৱহাৰ কৰা উচিত নহয় ?

  • সংবেদনশীল ছালৰ বাবে, বাৰম্ৱাৰ সুথল ব্যৱহাৰ কৰাৰ প্ৰয়োজন পৰা ৰেশ্ৱৰ বাবে বা শিশুহঁতৰ বাবে সুথল এলো ভেৰা বা সুথল নিম জেল ব্যৱহাৰ কৰিব।

আপোনাৰ ছালৰ বাবে সুথল বাৰু কি কি কাৰণে সৰ্বোত্তম এন্টিচেপ্টিক লিকুইড হৈ পৰিছে ?

সুথল হ’ল আয়ুৰ্বেদিক লোশ্যন – য’ত আছে নিমপাত, এলো ভেৰা, হালধি আৰু নাৰ্জিফুলৰ পাহিৰ বিশুদ্ধ নিৰ্যাস, এই উপাদান সমূহৰ প্ৰতিটোৰে আছে শক্তিশালী প্ৰতিষেধক গুণ।   

নিম

  • নিমপাতৰ নিৰ্যাসে ৰেশ্ৱ আৰু খজুৱতিৰ ক্ষেত্ৰত প্ৰতিষেধকৰ দৰে কাম কৰে।
  • ছালৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত নিমপাতে কাৰ্যকৰী ভূমিকা পালন কৰে।
  •  নিমপাতে বীজাণুৰ বিৰুদ্ধে প্ৰতিৰোধ শক্তি গঢ়ি তুলি ছালখন ৰক্ষা কৰে আৰু নিৰাময় কৰি তোলে।

হালধি

  • হালধিৰ নিৰ্যাসে ছালৰ সংক্ৰমণ, ৰেশ্ৱ, খজুৱতি আৰু ৰঙাপৰা ৰোধ কৰাত সহায় কৰে।
  • তদুপৰি হালধি প্ৰাকৃতিক এন্টিচেপ্টিক, ভেঁকুৰনাশক আৰু নিৰাময়কাৰী গুণেৰে ভৰা বুলিও জনা যায়।

হালধি

  • হালধিৰ নিৰ্যাসে ছালৰ সংক্ৰমণ, ৰেশ্ৱ, খজুৱতি আৰু ৰঙাপৰা ৰোধ কৰাত সহায় কৰে।
  • তদুপৰি হালধি প্ৰাকৃতিক এন্টিচেপ্টিক, ভেঁকুৰনাশক আৰু নিৰাময়কাৰী গুণেৰে ভৰা বুলিও জনা যায়।

নাৰ্জিফুল

  • নাৰ্জিফুলৰ নিৰ্যাসে ছালৰ সংক্ৰমণ আৰু ৰেশ্ৱ ৰোধ কৰিব পাৰে।

এলো ভেৰা বা ঘৃতকুমাৰী

  • এলো ভেৰাই বীজাণু প্ৰতিৰোধ কৰে, ছালৰ পোৰণি কমায়, ছালখন ঠাণ্ডাকৈ ৰাখে আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

এলো ভেৰা বা ঘৃতকুমাৰী

  • এলো ভেৰাই বীজাণু প্ৰতিৰোধ কৰে, ছালৰ পোৰণি কমায়, ছালখন ঠাণ্ডাকৈ ৰাখে আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

Our Bestsellers

সুথল সম্বন্ধে কিছু চিত্তাকৰ্ষক প্রশ্নৰ উত্তৰ

ঘামচিয়ে দেখা দিয়ে ছালৰ লোমকূপ বিলাক বন্ধ হৈ পৰাৰ ফলস্ৱৰূপে।
সুথল যিহেতু এবিধ জলভিত্তিক লোশ্যন, সেয়ে ই লোমকূপৰ মুখ বন্ধ হৈ পৰিবলৈ নিদিয়ে। সম্পূৰ্ণ প্ৰাকৃতিক আৰু বীজাণুৰোধকাৰী গুণৰ অধিকাৰী হোৱাৰ বাবে সুথলে ঘামচিৰ ৰেশ্ৱ ভাল কৰি তোলে। এই কাৰণতে বহুতো ক্ষেত্ৰত ঘামচিৰ পাউডাৰতকৈ সুথলে বেছি ভালদৰে কাম কৰে।

ধৰক গৰমৰ দিনত আপুনি পুৱাই গা ধুই কামত বাহিৰলৈ গৈছে। বাহিৰলৈ যোৱা মাত্ৰেই গৰম আৰু ঘামৰ পৰা আপুনি নিস্তাৰ নোপোৱা হৈছে।
আৰু ইয়াৰ ফলস্ৱৰূপেই আপুনি ঘামচি, সংক্ৰমণ, খজুৱতি আৰু ৰেশ্ৱৰ চিকাৰ হৈ পৰিছে। এনে ক্ষেত্ৰত চাবোন ঘঁহি গা ধুই গলেও একো কাম নিদিয়ে। কিন্তু আপুনি যদি গা ধোৱাৰ পিছত সুথল ঘঁহে তেন্তে ই এনে সময়ত কাম কৰি থাকে, আপোনালৈ প্ৰতিৰোধ শক্তি আগবঢ়াই থাকে। বাহিৰলৈ যোৱাৰ সময়ত সুথল নিম জেলো ব্যৱহাৰ কৰিব পাৰি, যি ততালিকে আৰাম দিয়ে।

FAQs

Scroll to Top
BOROLINE's Suthol Active Neem 200 ml X 3

BOROLINE'S Suthol Active Neem Liquid 200ml x 4

4.6 ★★★★★ (Across 5 Retailers)
₹306/- Onwards

Buy now from your favorite retailers

Buy Khas soap from Amazon

Amazon

₹340/-

Buy Khas soap from Flipkart

Flipkart

₹340/-

meesho logo used by boroline

Meesho

₹306/- ₹340/-
Pharmeasy Logo used by boroline

PharmEasy

₹340/-

TATA 1mg used by boroline

TATA 1mg

₹156/- @78 each for 2 Bottles
BOROLINE's Suthol Active Neem Spray 100 ml+ Chandan Spray 100 ml + Fresh Spray 100 ml

BOROLINE's Suthol Active Neem Spray 100 ml+ Chandan Spray 100 ml + Fresh Spray 100 ml

4.0 ★★★★★ (Across 3 Retailers)

₹250/- Onwards

Buy now from your favorite retailers

Buy Khas soap from Amazon

Amazon

₹250/-

Buy Khas soap from Flipkart

Flipkart

₹250/-

Pharmeasy Logo used by boroline

PharmEasy

₹250/-

BOROLINE's Suthol Active Neem 200 ml + Chandan 200 ml + Active Aloe Vera 200 ml

BOROLINE's Suthol Active Neem 200 ml + Chandan 200 ml + Active Aloe Vera 200 ml

4.1 ★★★★★ (Across 3 Retailers)

₹255/- Onwards

Buy now from your favorite retailers

Buy Khas soap from Amazon

Amazon

₹255/-

Buy Khas soap from Flipkart

Flipkart

₹255/-

Pharmeasy Logo used by boroline

PharmEasy

₹255/-

BOROLINE's Suthol Active Neem 200 ml X 3

BOROLINE's Suthol Active Neem 200 ml X 3

5.0 ★★★★★ (Across 5 Retailers)

₹216/- Onwards

Buy now from your favorite retailers

Buy Khas soap from Amazon

Amazon

₹255/-

Buy Khas soap from Flipkart

Flipkart

₹255/-

meesho logo used by boroline

Meesho

₹216/- ₹255/-
Pharmeasy Logo used by boroline

PharmEasy

₹255/-

TATA 1mg used by boroline

TATA 1mg

₹156/- @78 each for 2 Bottles

BOROLINE's Active Neem Spray 100 ml + Fresh Spray 100 ml X 2

BOROLINE's Active Neem Spray 100 ml + Fresh Spray 100 ml X 2

4.4 ★★★★★ (Across 4 Retailers)

₹216/- Onwards

Buy now from your favorite retailers

Buy Khas soap from Amazon

Amazon

₹245/-

Buy Khas soap from Flipkart

Flipkart

₹245/-

meesho logo used by boroline

Meesho

₹216/- ₹245/-
Pharmeasy Logo used by boroline

PharmEasy

₹245/-

BOROLINE's Suthol Active Neem Gel 100 ml + Neem Spray 100ml+ Chandan Spray 100ml + Fresh spray 100 ml

BOROLINE's Suthol Active Neem Gel 100 ml + Neem Spray 100ml+ Chandan Spray 100ml + Fresh spray 100 ml

5.0 ★★★★★ (Across 3 Retailers)

₹275/- Onwards

Buy now from your favorite retailers

Buy Khas soap from Amazon

Amazon

₹315/-

Buy Khas soap from Flipkart

Flipkart

₹315/-

meesho logo used by boroline

Meesho

₹275/- ₹315/-
BOROLINE's Suthol Active Neem Gel 100 ml X 2 + Active Neem 200 ml X 2

BOROLINE's Suthol Active Neem Gel 100 ml X 2 + Active Neem 200 ml X 2

4.0 ★★★★★ (Across 3 Retailers)

₹270/- Onwards

Buy now from your favorite retailers

Buy Khas soap from Amazon

Amazon

₹300/-

Buy Khas soap from Flipkart

Flipkart

₹300/-

meesho logo used by boroline

Meesho

₹270/- ₹300/-